বন্ধ

    অস্বীকৃতি

    এই চাইটৰ সকলো বিষয়বস্তু কেৱল সাধাৰণ তথ্য বা ব্যৱহাৰৰ বাবেহে। ইয়াৰ দ্বাৰা পৰামৰ্শ গঠন নহয় আৰু কোনো সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত (বা লোৱাৰ পৰা বিৰত থকা) ইয়াৰ ওপৰত নিৰ্ভৰ কৰা উচিত নহয়। কোনো ধৰণৰ বাদ পৰা বা অমিলৰ ক্ষেত্ৰত মূল ৰেকৰ্ডত থকা তথ্য চূড়ান্ত আৰু বাধ্যতামূলক হ’ব। এই ৱেবছাইটত প্ৰকাশিত তথ্য যে শেহতীয়া হয় তাৰো নিশ্চয়তা দিয়া হোৱা নাই। ভাৰত চৰকাৰ, তথ্য প্ৰযুক্তি মন্ত্ৰালয়, ৰাষ্ট্ৰীয় তথ্য বিজ্ঞান কেন্দ্ৰই ইয়াৰ দ্বাৰা চাইটৰ ভিতৰত থকা কোনো বিত্তীয় সঁজুলিকে ধৰি (কিন্তু সীমিত নহয়) চাইটটোৰ কোনো বিশেষ উদ্দেশ্যৰ বাবে বা ইয়াৰ যিকোনো বিষয়বস্তুৰ গুণগত মান, সঠিকতা, সময়োপযোগীতা, সম্পূৰ্ণতা, পৰিৱেশন, উপযুক্ততাৰ কোনো ধৰণৰ ৱাৰেণ্টী, স্পষ্ট বা অস্পষ্টভাৱে বাদ দিছে। ভাৰত চৰকাৰ, তথ্য প্ৰযুক্তি মন্ত্ৰালয়, ৰাষ্ট্ৰীয় তথ্য বিজ্ঞান কেন্দ্ৰ, চুক্তি, টৰ্ট বা অন্য কোনো ধৰণে চাইটটোৰ ব্যৱহাৰ বা ব্যৱহাৰ কৰিব নোৱাৰাৰ ফলত, বা ইয়াৰ কোনো বিষয়বস্তু, বা চাইটটো বা এনে কোনো বিষয়বস্তু ব্যৱহাৰ কৰাৰ ফলত গ্ৰহণ কৰা (বা গ্ৰহণ কৰাৰ পৰা বিৰত থকা) কোনো ব্যৱস্থাৰ বাবে (বা লোৱাৰ পৰা বিৰত থকা) কোনো ধৰণৰ ক্ষতিৰ বাবে (সীমিত নোহোৱাকৈ, ব্যৱসায়িক প্ৰকল্পৰ ক্ষতি, বা লাভৰ ক্ষতিকে ধৰি) দায়ী নহ’ব।

    আমাৰ সকলো প্ৰচেষ্টা সত্ত্বেও আমি এই চাইটত থকা নথি-পত্ৰসমূহ কম্পিউটাৰ ভাইৰাছ আদিৰ সংক্ৰমণৰ পৰা মুক্ত বুলি নিশ্চয়তা নিদিওঁ।

    কিছুমান নথিপত্ৰত অন্যান্য বাহ্যিক চাইটলৈ লিংকসমূহ প্ৰদান কৰা হৈছে। সেই চাইটসমূহত থকা বিষয়বস্তুৰ সঠিকতাৰ বাবে আমি দায়বদ্ধ নহয়। বাহ্যিক চাইটসমূহক দিয়া হাইপাৰলিংকসমূহে এই চাইটসমূহে আগবঢ়োৱা তথ্য, পণ্য বা সেৱাসমূহৰ সমৰ্থন গঠন নকৰে।

    আমাৰ চাইটটো উন্নত কৰাৰ বাবে আপোনাৰ পৰামৰ্শক আমি আদৰণি জনাইছো আৰু অনুৰোধ কৰিছো যে যিকোনো ভুল পোৱা গ’লে আমাৰ জাননীত অনা হ’ব পাৰে। আমাৰ চাইটটো চাবলৈ অনুগ্ৰহ কৰি ই-মেইল কৰক: example.nic.in[demo email]

    ৱেব চাইট প্ৰশাসন দল